
আজি বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী
কংগ্ৰেছ এৰি বিজেপিলৈ বিস্মিতা গগৈ
আজি গেৰুৱা বসন পিন্ধিব বিস্মিতাই
খুমটাইৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা বিস্মিতা গগৈ
বাজপেয়ী ভৱনত উপস্থিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত
ৰাষ্ট্ৰীয়তাবাদী হোৱাৰ দিশে কেইবাজনো জাতীয়তাবাদী নেতা
গেৰুৱা বসন পিন্ধিব আছুৰ প্ৰাক্তন শীৰ্ষ নেতাই
প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে যোগ দিব বিজেপিত
বিজেপিত যোগ দিব প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসে
প্ৰাক্তন নেতা হেমন্ত দাসেও পিন্ধিব গেৰুৱা বসন
শীঘ্ৰে শংকৰপ্ৰসাদ ৰায়ে গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা
Category
- Log in to post comments