অসম আৰক্ষীত ব্যাপক ৰদবদল! মহানগৰ আৰক্ষীৰ ACP চামছুল আলমক পশ্চিম কাৰ্বি আংলঙ লৈ বদলি..... জানো আহক সবিশেষ.........

Assam Police

অসম আৰক্ষীত ব্যাপক ৰদবদল! ওদালগুৰিৰ সহকাৰী আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে। সাম্ভাবি মিশ্ৰক মাৰ্ঘেৰিটাৰ SDO হিচাপে বদলি। গোৱালপাৰাৰ সহকাৰী আৰক্ষী অধীক্ষকক বদলি। সুমালিন শুভদৰ্শিনীক জালুকবাৰীৰ সহকাৰী আয়ুক্ত হিচাপে বদলি।

আনহাতে, শিৱসগাৰৰ সহকাৰী আৰক্ষী আয়ুক্ত নিচান সৌৰভক বদলি। দিছপুৰৰ সহকাৰী আয়ুক্তৰূপে বদলি নিচান সৌৰভক। যোৰহাটৰ সহকাৰী আৰক্ষী অধীক্ষক আনচল চৌহানক বদলি। ৰঙিয়াৰ SDPO হিচাপে বদলি আনচল চৌহানক। ডিব্ৰুগড়ৰ সহকাৰী আৰক্ষী অধীক্ষক নীতিশা সঞ্জয় জপতাকক বদলি। নীতিশা সঞ্জয়ক চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে বদলি।

ধুবুৰীৰ সহকাৰী আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালক বদলি। বিলাসীপাৰাৰ SDO হিচাপে বদলি ৰজত কুমাৰ পালক। বঙাইগাঁৱৰ DSP হিচাপে বদলি অতুল চন্দ্ৰ ৰয় প্ৰধানীক। মহানগৰ আৰক্ষীৰ ACP চামছুল আলমক বদলি। চামছুল আলমক পশ্চিম কাৰ্বি আংলঙৰ DSP ৰূপে বদলি।

তিনিচুকীয়াৰ সহকাৰী আৰক্ষী অধীক্ষক অতুল কুমাৰক বদলি। অতুল কুমাৰক বোকাখাতৰ SDPO হিচাপে বদলি। কোকৰাঝাৰৰ সহকাৰী আৰক্ষী অধীক্ষক মাহাতো অমিত কুমাৰ সিদ্ধি প্ৰসাদক বদলি। অমিত কুমাৰক পাণবজাৰৰ ACP ৰূপে বদলি।

ডিমা হাচাওৰ সহকাৰী আৰক্ষী অধীক্ষক অমন প্ৰকাশ মীনাক বদলি। লক্ষীপুৰৰ SDPOৰূপে বদলি অমন প্ৰকাশ মীনাক। মাৰ্ঘেৰিটাৰ SDPO হেমন্ত কুমাৰ বড়োক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা DSP ৰূপে বদলি। বিলাসীপাৰাৰ SDPO স্মৃতি ৰেখা ফুকনক ধুবুৰীৰ DSP ৰূপে বদলি। ধুবুৰীৰ DSP শংকৰ মণ্ডলক সীমান্ত শাখাৰ DSP ৰূপে বদলি। 

Category
Profile picture for user UB Photos