সহস্ৰাধিক মাদ্ৰাছা বন্ধৰ নিৰ্দেশ শিক্ষা বিভাগৰ! ৰাজ্যৰ ১,২৮১খন ME মাদ্ৰাছা বন্ধ.........

madrasa

সহস্ৰাধিক মাদ্ৰাছা বন্ধৰ নিৰ্দেশ শিক্ষা বিভাগৰ
ৰাজ্যৰ ১,২৮১খন ME মাদ্ৰাছা বন্ধ
সাধাৰণ স্কুললৈ পৰিৱৰ্তন মাদ্ৰাছাসমূহ
প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ
ধুবুৰীত বন্ধ হ’ল দুই শতাধিক ME মাদ্ৰাছা
বৰপেটাৰ ডেৰ শতাধিক ME মাদ্ৰাছা বন্ধ
বন্ধ হ’ল নলবাৰীৰো শতাধিক মাদ্ৰাছা
ৰাজ্যৰ আটাইকেইখন জিলাৰে মাদ্ৰাছা বন্ধ
ৰাজ্য চৰকাৰৰ নীতি অনুসৰিয়ে গ্ৰহণ এই পদক্ষেপ

Category
Profile picture for user UB Photos