২ দিনৰ SITৰ জিম্মাত নন্দবাবু সিং, CIDৰ কাৰ্যালয়ত মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ.........

APSC

২ দিনৰ SITৰ জিম্মাত নন্দবাবু সিং
ৱাহিদা বেগমক পুনৰ ২ দিনলৈ SITৰ জিম্মাত
দুয়োকে আজি হাজিৰ কৰোৱা হয় সত্ৰ ন্যায়ালয়ত
সোমবাৰে গ্ৰেপ্তাৰ হৈছিল নন্দবাবু সিং
APSCৰ পূৰ্বৰ পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু
CIDৰ কাৰ্যালয়ত মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ
SITৰ মাৰাথান জেৰাত পোহৰলৈ বহু বিস্ফোৰক তথ্য
প্ৰায় ৪০ হাজাৰ উত্তৰবহী জ্বলাই দিছিল নন্দবাবুৱে
শনিবাৰে শিলচৰৰ পৰা আটক কৰিছিল SITএ
কন্যা মিনাৰ্ভাক বক্ৰপথেৰে চাকৰি দিয়াৰ অভিযোগ
ৰাকেশ পালৰ সোঁহাতস্বৰূপ আছিল নন্দবাবু সিং
 

Category