তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক সংসদৰ পৰা বৰ্খাস্ত........

tmc

সংসদৰ পৰা বৰ্খাস্ত সাংসদ মহুৱা মৈত্ৰ

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক বৰ্খাস্ত

ধন লৈ প্ৰশ্ন কৰা বিষয়ত এথিক্স কমিটীৰ সিদ্ধান্ত

সংসদৰ শীতকালীন অধিৱেশন এই সিদ্ধান্ত

বিজেপিৰ সাংসদ নিশীকান্ত ডুবেয়ে আনিছিল অভিযোগ

প্ৰধানমন্ত্ৰী, আদানী সম্পৰ্কত উত্থাপন কৰিছিল প্ৰশ্ন

ব্যৱসায়ীৰ পৰা ধন লৈ সাংসদ প’ৰ্টেলৰ লগ-ইন দিছিল ব্যৱসায়ীক

ডুবাইৰ ব্যৱসায়ী দৰ্শন হীৰানন্দানিৰ পৰা গ্ৰহণ কৰিছিল উপহাৰ

এই সন্দৰ্ভত সংসদৰ নৈতিক কমিটীৰ ৰোষত TMCৰ সাংসদগৰাকী

Category