ভূ-খণ্ডত খুন্দা মাৰিলে ঘূৰ্ণি বতাহ মিছৌঙে
অনাগত ৩ ঘণ্টা ধৰি অব্যাহত থাকিব প্ৰৱল ধুমুহা
ঘণ্টাত ১০৯-১১০ কি.মি বেগত বলিব ধুমুহা
দক্ষিণ অন্ধ্ৰপ্ৰদেশৰ উপকুলত খুন্দিয়ালেহি ঘূৰ্ণিজাকে
দক্ষিণৰ পৰা উত্তৰ দিশে গৈ আছে বতাহজাক
যাত্ৰাপথত সৃষ্টি কৰিছে বিভীষিকাৰ
বংগোপসাগৰৰ পশ্চিম-মধ্য খণ্ডত সৃষ্টি এই ঘূৰ্ণিজাকৰ
ঘূৰ্ণিৰ ফলত তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, পুডুচেৰীত মুষলধাৰ বৰষুণ
জলমগ্ন চেন্নাইকে ধৰি বহুকেইখন গাঁও, চহৰ-নগৰ
এইপৰ্যন্ত মৃত্যু ৮জন লোকৰ
মিছৌঙক লৈ ৰেড এলাৰ্ট অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, তেলেংগানাত
অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ওড়িশাত
- Log in to post comments