আজি SITত হাজিৰ হ’ল ৩ ৰাজপত্ৰিত বিষয়া, CIDত হাজিৰ হোৱাৰ নিৰ্দেশ তিনি বিষয়াক...........

APSC

আজি SITত হাজিৰ হ’ব ২ ৰাজপত্ৰিত বিষয়া

CIDত হাজিৰ হোৱাৰ নিৰ্দেশ তিনি বিষয়াক

তলব কৰা হৈছে APS নৱনীতা শৰ্মা, কল্যাণ কুমাৰ দাসক

নৱনীতা শৰ্মা কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক

কল্যাণ কুমাৰ দাসো অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া

ইতিমধ্যেই চাকৰিৰ পৰা নিলম্বিত হৈছে দুয়ো

উল্লেখ্য যে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হোৱা ADCP সুকন্যা দাসৰ পৰা আঠখন উত্তৰবহী লাভ কৰিছিল SITএ। ইয়াৰে দুখন বহী জালিয়াতি বুলি প্ৰমাণ হৈছে। আজি সুকন্যা দাসক জেৰা চলাৱ SITএ। আনফালে, নিলম্বিত কল্যাণ কুমাৰ দাস APSCৰ মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাই নাছিল। টকাৰ বিনিময়ত নম্বৰ বঢ়াই উত্তীৰ্ণ হোৱাৰ অভিযোগ কল্যাণ কুমাৰ দাসৰ বিৰুদ্ধে।

Category