অব্যাহত APSC নিযুক্তি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়া! ধন দি চাকৰি লোৱা ২১ ৰাজপত্ৰিত বিষয়াক নিলম্বন..........

APSC

ধন দি চাকৰি লোৱা ২১ ৰাজপত্ৰিত বিষয়াক নিলম্বন
অব্যাহত APSC নিযুক্তি কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়া
নিলম্বিত ৰাজপত্ৰিত বিষয়াৰ উত্তৰ বহী দেখি হতবাক SIT
বহু বিষয়াই উত্তীৰ্ণই হোৱা নাছিল APSCৰ মূল পৰীক্ষাত
উদ্ধাৰ ADCP সুকন্যা দাসৰ দুখনকৈ ভুৱা উত্তৰ বহী
এতিয়ালৈ নিলম্বিত হোৱা নাই APS সুকন্যা দাস
ৰহস্যজনকভাৱে অন্তৰ্ধান নন্দিনী কাকতিৰ সকলো উত্তৰ বহী
কল্যাণ কুমাৰ দাসৰ উত্তৰ বহীত বঢ়াই দিয়া হৈছিল ২৭০ নম্বৰ
৫৮৬ বিপৰীতে ৮৫৬ নম্বৰ লাভ কৰিছিল কল্যাণ দাসে
ফাৰুক আহমেদৰ উত্তৰ বহীত বৃদ্ধি হৈছিল ৭৬ নম্বৰ
৬৯০ নম্বৰৰ পৰিৱৰ্তে ৭৮৬ নম্বৰ লাভ কৰিছিল ফাৰুকে
ADDL. SP কুলপ্ৰদীপ ভট্টাচাৰ্য APSC মূল পৰীক্ষাতে অনুত্তীৰ্ণ
ADC আকাশী দুৱৰাৰ উত্তৰ বহীত বৃদ্ধি হৈছিল ২২০ নম্বৰ
৩৩১ৰ পৰিৱৰ্তে ACS আকাশীয়ে লাভ কৰিছিল ৫৫১ নম্বৰ
APS অনলজ্যোতি দাসৰ উত্তৰ বহীত বৃদ্ধি হৈছিল নম্বৰ
ACS ধীৰাজ কুমাৰ জৈনৰো উত্তৰ বহীত বৃদ্ধি হৈছিল নম্বৰ
APS ৰুমী তিমুংপী APSC ৰ মূল পৰীক্ষাত অনুত্তীৰ্ণ

Category