বিদেশী পক্ষীৰ কাকলিৰে মুখৰিত হৈছে জামুগুৰিহাটৰ মন্ত্ৰ পুখুৰী....

Jamugurihat Migratory Bird

বিদেশী পক্ষীৰ কাকলিৰে মুখৰিত হৈছে জামুগুৰিহাটৰ মন্ত্ৰ পুখুৰী গাঁওবাসীৰ নিৰাপত্তাৰ মাজত মন্ত্ৰ পুখুৰীত নিৰ্ভয়ে নিসংকোচে বিচৰণ কৰিছে আলহী পক্ষীয়ে জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এই ঐতিহাসিক পুখুৰীটোলৈ জাকে জাকে আহিছে পৰিভ্ৰমী চৰাই সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আহি মন্ত্ৰ পুখুৰীত আশ্ৰয় লোৱা আলহী পক্ষীৰ নান্দনিক জলকেলিত এতিয়া বিভোৰ অঞ্চলটোৰ ৰাইজ পুৱা বজাৰ পৰা বিয়লি বজা পৰ্যন্ত বিশাল পুখুৰীটোত দেখা যায় বিদেশী পক্ষীৰ বিচৰণ। 

Category
Profile picture for user UB Photos