ইজৰাইল-হামাছ সংঘৰ্ষৰ শেহতীয়া খবৰ! ইজৰাইলী সৈন্য হামাছৰ সাময়িক যুদ্ধ বিৰতি...

Israel Hamas War Update

ইজৰাইল-হামাছ সংঘৰ্ষৰ শেহতীয়া খবৰ

ইজৰাইলী সৈন্য হামাছৰ সাময়িক যুদ্ধ বিৰতি

বুধবাৰে লোৱা হয় যুদ্ধবিৰতিৰ সিদ্ধান্ত

অৱশ্যে যুদ্ধবিৰতি এতিয়া কাৰ্যকৰী হোৱা নাই

পণবন্দীৰ মুকলি প্ৰসংগত চূড়ান্ত হোৱা নাই সিদ্ধান্ত

হামাছৰ হাতত পণবন্দী হৈ আছে ২০০ৰো অধিক লোক

ইজৰাইলেও পণবন্দী কৰিছে হামাছ নেতৃত্ব সমন্বিতে ১৫০ লোক

শুকুৰবাৰৰ পূৰ্বে চূড়ান্ত নহয় যুদ্ধবিৰতি চুক্তি

গাজা ষ্ট্ৰীপৰ মুখ্য চিকিৎসালয়ত চলিছে অভিযান

অল শ্বিফা চিকিৎসালয় ভৱনৰ তলত আছে সুৰংগ

হামাছৰ ঘাটিৰ সন্ধানত চিকিৎসালয়ৰ চিকিৎসকক জেৰা

ইয়াৰ মাজতে দক্ষিণ লেবাননত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক

হিজবুল্লাহ যুঁজাৰুৰ মৃত্যু 

Category
Profile picture for user UB Photos