বজাৰৰ মাজতে দম্পতীক আক্ৰমণ! ৬জনীয়া ডকাইতৰ দলে লুটি নিলে ৩ লাখ টকাসহ সোণৰ আ-অলংকাৰ..........

robbery

হোজাইৰ চৌধুৰী বজাৰত সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
৬জনীয়া এটা ডকাইতৰ দলে এহাল দম্পতীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি লুটি নিলে ধন-সোণ>
আনহাতে ডকাইতৰ দলটোৰ আক্ৰমণত আহত দম্পতীহাল।
লগতে দম্পতীহালৰ পৰা লুটি নিলে ৩ লাখ টকাসহ সোণৰ আ-অলংকাৰ।
বৰ্তমান হোজাইৰ হাম হাস্পতালত চিকিৎসাধীন হৈ আছে দম্পতীহাল।

robbery

উল্লেখ্য যে, ঘটনা অৱগতৰ হোৱাৰ পিছতেই স্থানীয় বিধায়ক চিৰাজ উদ্দিন আহমেদৰ তৎপৰতাত আঘাত প্ৰাপ্ত দম্পত্তিক চিকিৎসা খৰছ বিনামূলীয়া কৰাৰ কথা অৱগত কৰিছে হাম কৰ্তৃপক্ষই।

robbery

উক্ত ঘটনাত জড়িত থকা ডকাইতৰ দলটোক অতি সোনকালে কৰায়ত কৰিবলৈ আৰক্ষী অধীক্ষক অবগত কৰিছে বিধায়ক চিৰাজ উদ্দিন আজমলে এই কথা অবগত কৰে হাম কৰ্তৃপক্ষই। 

Category
Profile picture for user UB Photos