HSLCত ৭৫% নম্বৰ পোৱা শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা.....

Hslc

HSLCত ৭৫% নম্বৰ পোৱা শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা
২৯ নৱেম্বৰত প্ৰদান কৰা হ’ব এই বঁটা
২৭,১৮৩ শিক্ষাৰ্থীলৈ ১৫ হাজাৰকৈ টকা
HSত ৬০ শতাংশ নম্বৰ পোৱা শিক্ষাৰ্থীলৈ বাণীকান্ত কাকতি বঁটা
৭৫ শতাংশ নম্বৰ পোৱা ছাত্ৰলৈ স্কুটী
৩৫,৭৭৬ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব স্কুটী
৩০ নৱেম্বৰ, ১ ডিচেম্বৰত ৰাজ্যজুৰি স্কুটী বিতৰণ
ভূটানৰ ৰজাৰ আগমনক লৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন
৩-৪ নৱেম্বৰত অসমলৈ আহিব ভূটানৰ ৰজা
অসমৰ মেডিকেল কলেজত ভূটানৰ শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষণ
৫খনকৈ আসন সংৰক্ষণৰ ব্যৱস্থা
ভূটানৰ ৰজাক এই সন্মান দিব অসম চৰকাৰে
কেবিনেটৰ পিছত সংবাদ মেলযোগে ঘোষণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

Category