দেৰগাঁৱৰ অজয় দত্তৰ আত্মহত্যাক লৈ অব্যাহত চাঞ্চল্য… দোষীয়ে বাৰু উচিত শাস্তি পাব নে?

d

দেৰগাঁৱৰ অজয় দত্তৰ আত্মহত্যাক লৈ অব্যাহত চাঞ্চল্য
দোষীক উচিত শাস্তিৰ দাবী জনালে দুৰ্ভগীয়া মাতৃয়ে
শোকাকুল পৰিৱেশ বিৰাজ কৰিছে অজয় দত্তৰ বাসগৃহত
আৰক্ষীৰ গাড়ী চালকৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা অজয়ৰ
মৃত্যুৰ পূৰ্বে ম’বাইলত সংৰক্ষিত কৰিছিল ঘটনাৰ বিবৰণী
আত্মহত্যাৰ ঘটনা ৰাষ্ট্ৰ হোৱাৰ পিছতে আৰক্ষীত জোকাৰণি
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ
DGP জি পি সিঙৰ কঠোৰ নিৰ্দেশনা গোলাঘাট আৰক্ষীলৈ
ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰক্ষী অধীক্ষকে
উচিত তদন্তৰ আশ্বাস দিছে SP ৰাজেন সিঙে
ঘটনাক লৈ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনা
উল্লেখ্য যে বিজয়া দশমীৰ নিশা গেলাবিল নদীৰ কাষত এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ

Category
Profile picture for user UB Photos