গণহত্যা! আমেৰিকাৰ লুইষ্টন চহৰত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীত নিহত ২২, ৬০জনতকৈও অধিক লোক আহত.....

America

আমেৰিকাৰ লুইষ্টন চহৰত গণহত্যা
বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীত নিহত ২২
৬০জনতকৈও অধিক লোক আহত
সংকটজনক অৱস্থাত কেইবাজনো
মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা
বুধবাৰে নিশা বন্দুকধাৰীৰ অতৰ্কিত আক্ৰমণ

America

উচ্চ ক্ষমতাসম্পন্ন AR-15 সদৃশ ৰাইফলেৰে গুলীবৰ্ষণ
বাউলিং খেলৰ স্থান, বাৰ, ৱালমাৰ্টৰ চেণ্টাৰত আক্ৰমণ
এইপৰ্যন্ত এজন লোকক গ্ৰেপ্তাৰ লুইষ্টন আৰক্ষীৰ
ঘটনাৰ আকস্মিকতাত হতভম্ব প্ৰশাসন, নাগৰিক
দোকান-পোহাৰ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ
নাগৰিকক ঘৰৰ বাহিৰলৈ অহাত বাধা প্ৰশাসনৰ

Category
Profile picture for user UB Photos