পূজাৰ নৱমীৰ নিশা যোৰহাটত চোকা অস্ত্ৰৰে দুৰ্বৃত্তৰ উপৰ্যুপৰি আক্ৰমণৰ বলি হৈছিল এজন যুৱক, কিন্তু এই পৰ্যন্ত দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই যোৰহাট আৰক্ষী! কিয়?

jorhat

পূজাৰ নৱমীৰ নিশা যোৰহাটত ভয়ংকৰ ঘটনা
চোকা অস্ত্ৰৰে দুৰ্বৃত্তৰ উপৰ্যুপৰি আক্ৰমণ এজন যুৱকক
গড়আলিৰ জেপি আৰৰ সমীপত এই ঘটনা
গুৰুতৰভাৱে আহত হোৱা বাবু চৌধুৰীৰ অৱস্থা সংকটজনক
অস্ত্ৰোপচাৰ কৰাৰ পিছতেই অধিক জটিল হৈ পৰিছে স্বাস্থ্য
সম্প্ৰতি JMCHৰ ICUত চিকিৎসাধীন যুৱকজন
এইপৰ্যন্ত দুৰ্বৃত্তক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে
এতিয়াও পোহৰলৈ অহা নাই আক্ৰমণৰ প্ৰকৃত কাৰণ
ঘটনাক লৈ যোৰহাটত অব্যাহত ব্যাপক প্ৰতিক্ৰিয়া
মুখ্যমন্ত্ৰী, DGPৰ নিৰ্দেশকো কেৰেপ নকৰে আৰক্ষীয়ে
পৌৰসভা, প্ৰশাসনে এতিয়াও সংস্থাপন কৰা নাই CCTV
৬টা CCTV সংস্থাপন নকৰাত বিপাঙত আৰক্ষী
সঠিক তথ্য-প্ৰমাণ নোপোৱাত বিবুধিত আৰক্ষী
এইপৰ্যন্ত আক্ৰমণকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ যোৰহাট আৰক্ষী

Category
Profile picture for user UB Photos