
পূজাৰ সময়তে হৃদয় বিদাৰক ঘটনা
দুৰ্গা পূজাস্থলীত পদপিষ্ট হৈ মৃত্যু কণমানিৰ
৫ বছৰীয়া শিশু, ২গৰাকী মহিলাৰ মৃত্যু
অন্য ১৩গৰাকী ভক্ত আহত
বিহাৰৰ গোপালগঞ্জত সংঘটিত এই শোকাৱহ ঘটনা
নৱমীৰ প্ৰসাদ বিতৰণৰ সময়তেই সৃষ্টি হুৱাদুৱাৰ
হেচা-ঠেলাত বাগৰি পৰে এটি ৫ বছৰীয়া শিশু
শিশুটিক আঘাতৰ পৰা বচাবলৈ চেষ্টা ২ মহিলাৰ
পৰিণতিত বৃদ্ধি পাই ঠেলা-হেচা
একাংশ বাগৰি পৰে শিশু, মহিলা ২গৰাকীৰ ওপৰত
ফলত মৃত্যু ঘটে শিশুটিৰ লগতে মহিলা দুগৰাকীৰ
Category
- Log in to post comments