বহিঃৰাজ্যত অসমীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ, মৃতদেহটো ধুবুৰীৰ চিমেন চাপৰিৰ শম্ভু দাস বুলি চিনাক্ত

Dead

বহিঃৰাজ্যত অসমীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ

অন্ধ্ৰপ্ৰদেশত উদ্ধাৰ এই মৃতদেহ

মৃতদেহটো ধুবুৰীৰ চিমেন চাপৰিৰ শম্ভু দাস বুলি চিনাক্ত

ৰে’লেৰে গৈ আছিল অন্ধ্ৰপ্ৰদেশলৈ

লগত আছিল কনক গগৈ, মোহন টকবি

শম্ভু দাসৰ মৃত্যু খবৰ পৰিয়ালক জনাই বন্ধু দুজনে

ঘটনাক লৈ চিমেন চাপৰিত চাঞ্চল্য

Category
Profile picture for user UB Photos