দিনে-নিশাই ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ ‘হামাছ’ৰ, ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ইজৰাইল-পেলেষ্টাইনৰ যুঁজ....

isreal

ক্ৰমাৎ আৰু অধিক ভয়াৱহ হৈ পৰিছে ইজৰাইল-পেলেষ্টাইনৰ পৰিস্থিতি। দিনে নিশাই ইজৰাইলৰ ওপৰত  আক্ৰমণ ‘হামাছ’ৰ। হামাছৰ আক্ৰমণত ৯ শতাধিক ইজৰাইলী নাগৰিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। 

আনহাতে, ইজৰাইলৰ বিৰুদ্ধে হামাছৰ ‘অপাৰেচন অল আক্সা ফ্লাড’। নিশাৰ ভিতৰতেই গাজাত কেইবাটাও সামৰিক ঘাটি ধ্বংস কৰা বুলি জানিব পৰা গৈছে।

isreal

উল্লেখ্য যে, হামাছক একেবাৰে নিঃশেষ কৰাৰ পণ ইজৰাইলৰ। গাজাৰ চাৰিওফালে গুলীবৰ্ষণ, বোমাৰ গৰ্জন। গাজা সীমান্তত পুনৰ ইজৰাইলী সেনাৰ আধিপত্য লগতে গাজাত ডেৰশৰো অধিক লোকক বন্দী কৰিছে হামাছে। প্ৰায় ২ লাখ লোকে গাজা এৰি কৰিছে পলায়ন। নিহতৰ সংখ্যা এইপৰ্যন্ত প্ৰায় ৩ হাজাৰ অতিক্ৰম।
 

Category
Profile picture for user UB Photos