ইজৰাইলৰ বিপদৰ সময়ত ভাৰতে সাহস হৈ থিয় দিব ইজৰাইলৰ কাষত। যুদ্ধাৱস্থাত থকা ইজৰাইলক ভাৰতবাসীয়ে সমৰ্থন কৰিব বুলি মন্তব্য কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সামাজিক মাধ্যম টুইটাৰত এই কথা সদৰী প্ৰধানমন্ত্ৰীগৰাকীৰ।

উল্লেখ্য যে, মঙলবাৰে টুইট প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে- ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেনজামিন নেটানয়াহুৱে দেশখনৰ বৰ্তমানৰ স্থিতি কথা ফোনযোগে তেওঁক ব্যক্ত কৰে। তেওঁৰ ফোনকলৰ প্ৰতি সঁহাৰি জনাই মোডীয়ে ইজৰাইলৰ সৈতে ভাৰতে থিয় দিব বুলি আশ্বাস প্ৰদান কৰিছে।
Category
- Log in to post comments