একেদিনাই ৪টাকৈ সোণৰ পদক অৰ্জন এগৰাকী কণমানিৰ!

কোন এইগৰাকী প্ৰতিভাৱান কণমানি?

এগৰাকী প্ৰতিভাৱান কণমানি। নাম মৃদিনি পাটোৱাৰী। ৩ বছৰ বয়সৰ পৰাই বিভিন্ন শিতানত পদক অৰ্জন কৰি পৰিয়ালৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে মৃদিনিয়ে।

 

1

কাৰাটে, টাইকণ্ড, হাতোৰ, বিহু, সত্ৰীয়া আদিকে ধৰি বিভিন্ন শিতানত অৰ্জন কৰিছে পদক।

 

2

2nd RR Das Memorial Inter School Competitionত একেদিনাই ৪টাকৈ সোণৰ পদক অৰ্জন কৰিছে কণমানি জনীয়ে। 

 

3

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু ৰাষ্ট্ৰীয় খেলতো পদক অৰ্জন মৃদিনিৰ।

 

4

ভৱিষ্যতে যাতে বিশ্ব দৰবাৰত নাম উজলাব পাৰে তাৰ বাবে অসমবাসীৰ ওচৰত আৰ্শীবাদ বিচাৰিছে মৃদিনিৰ লগতে পৰিয়ালবৰ্গই।

 

5

 

 

 

Category
Profile picture for user UB Photos