প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বঁটা ঘোষণা…

dada

দাদা চাহেব ফাল্কে বঁটা ঘোষণা

প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানলৈ চলচিত্ৰ জগতৰ সন্মান

৮৫ বছৰীয়া চিৰসেউজ অভিনেত্ৰীগৰাকীলৈ এই সন্মান

চলচিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে স্বীকৃতি

প্ৰায় ৯০খন ছবিত অভিনয় কৰিছে ৱাহিদা ৰহমানে

নৃত্যশিল্পী হিচাপে প্ৰখ্যাত ৱাহিদা ৰহমান

পূৰ্বে তেওঁ লাভ কৰিছিল পদ্মভূষণ সন্মান

প্যাছা, কাগজ কা ফুল, চাহেব বিবি ঔৰ গোলাম, গাইডত অভিনয়

Category
Profile picture for user UB Photos