‘মিঞা’ৰ বিৰুদ্ধে উজনি অসমত তীব্ৰ আন্দোলন।
শিৱসাগৰত বাংলাদেশী ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমীয়া যুৱমঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটা জাতীয় সংগঠন।
অসমীয়া যুৱ মঞ্চই ৩৭নং আৰু ৬১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰি দিয়ে।"মিঞা খেদাওক অসম বচাওক", "মিঞা খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক", "থলুৱাক নিযুক্তি দি মিঞা খেদক", "জাগিলে অসম ৰখিব দেশ ,নহ'লে হ'ব বাংলাদেশ " আদি শ্লোগানেৰে হৰ্ডিং।
লগতে, আমাক নতুন বৰ অসম নালাগে, আমাক চাওলুং চ্যুকাফা আৰু শ্ৰীমন্ত শংকৰদেৱৰ বৰ অসম লাগে বুলিও হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চই।