Congress Meeting

মণিপুৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত গুলীচালনা
কংগ্ৰেছ প্ৰাৰ্থী এ কে আৰ্থাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী
কথমপি প্ৰাণৰক্ষা আলফ্ৰেড কান্নাগাম আৰ্থাৰৰ
মণিপুৰ আউটাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আৰ্থাৰ
অজ্ঞাত আততায়ীৰ গুলীচালনাত তীব্ৰ আতংক
মণিপুৰৰ প্ৰাক্তন বিধায়ক আলফ্ৰেড কান্নাগাম আৰ্থাৰ
উখৰুল বিধানসভাৰ প্ৰাক্তন বিধায়ক এ কে আৰ্থাৰ
তৃতীয়বাৰৰ বাবে আৰ্থাৰলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনাৰ
১৮, ১৯ মাৰ্চতো সংঘটিত হৈছিল গুলীচালনা