Mr. India

MR INDIA খিতাপ দখল মাজুলীৰ ভাস্কৰৰ
বাংগালোৰত চিকিউৰিটী গাৰ্ড কৰে ভাস্কৰে
দেশৰ দুখনকৈ MR INDIAত অংশ ভাস্কৰ পায়েঙৰ
ইণ্টাৰনেশ্বনেল চেম্পিয়নশ্বিপতো পদক লাভ

উল্লেখ্য যে, অসমৰ বাহিৰত গৈ চিকিউৰিটি গাৰ্ড আৰু কোম্পানীত কাম কৰা মাজুলীৰ চিতাদাৰচুকৰ সোণাপুৰৰ ভাস্কৰ পায়েঙে দেশৰ দুখনকৈ মিষ্টাৰ ইণ্ডিয়া আৰু ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ব্ৰঞ্জ আৰু চিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হয়।