আপুনিও হয়তো মম' খাই ভাল পায়। কিন্তু এতিয়াৰে পৰা মম' খাওঁতে সাৱধান হওঁক! মম' খোৱাৰ আগতে ১০০ বাৰ ভাৱক। কিয়নো মম' নামত আপুনিও খাব পাৰে গোবৰুৱা পোক।
এই ঘটনা গোলাঘাট দেৰগাঁৱৰ। দেৰগাঁৱৰ ৰঙামাটিৰ এটা পৰিয়ালে গোলাঘাটৰ UTSAV নামৰ এখন বিলাসী হোটেলৰ পৰা ঘৰলৈ আনিছিল মম'। আৰু সেই মম' খাবলৈ লওঁতেই ভিতৰত ওলাল পোক।