হোজাইৰ চৌধুৰী বজাৰত সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
৬জনীয়া এটা ডকাইতৰ দলে এহাল দম্পতীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি লুটি নিলে ধন-সোণ>
আনহাতে ডকাইতৰ দলটোৰ আক্ৰমণত আহত দম্পতীহাল।
লগতে দম্পতীহালৰ পৰা লুটি নিলে ৩ লাখ টকাসহ সোণৰ আ-অলংকাৰ।
বৰ্তমান হোজাইৰ হাম হাস্পতালত চিকিৎসাধীন হৈ আছে দম্পতীহাল।
