Raksha Bandhan 2023

আজি পবিত্ৰ ৰাখী বন্ধন। দেশৰ এক অন্যতম প্ৰধান উৎসৱ হিচাপে গণ্য কৰা হয় ৰাখী বন্ধনক। 

৩০ আগষ্ট অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰাখী পূৰ্ণিমা। ৰাখী বন্ধনৰ পূৰ্ণিমা তিথি আজি পুৱা ১০.৪৮ বজাৰ পৰা আৰম্ভ হৈ ৩১ আগষ্ট পুৱা ৭.০৬ বজালৈ চলি থাকিব।

raksha