Rajsthan

ৰাজস্থানৰ চিকাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ
দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ শিশুসহ ৭ জন
মৃতসকলৰ মাজত আছে ৩ মহিলা, ২ শিশু