ArunachalPradesh

আজিৰে পৰা অৰুনাচলৰ নামচাইত আৰম্ভ হৈছে পয়-চাম-কেন।

বিশেষকৈ টাইমুলীয় বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ নৱবৰ্ষ উপলক্ষে এই উৎসৱটি আয়োজন কৰা হয়।

নামচাইৰ গল্ডেন পাগদা’ত পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ বৌদ্ধ ধৰ্মীয় ভক্তপ্ৰাণ ৰাইজৰ ভিৰ।

গোল্ডেন পাগদা’ত অৰুনাচলৰ উপ: মুখ্যমন্ত্ৰী চওনা মেন উপস্থিত হৈ মাংগলিক ৰীতি নীতিৰে সমূহ বৌদ্ধ ধৰ্মাৱলম্বী লোকক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে এই চাংকেন মহোৎসৱ water festival হিচাপে জনপ্ৰিয়।