সম্পন্ন হ'ল বহু প্ৰত্যাশিত সিদ্ধাৰ্থ মালহোট্ৰা আৰু কিয়াৰা আদৱানিৰ বিয়া॥ ৰাজস্থানৰ জয়ছেলমৰত সম্পন্ন হ'ল জনপ্ৰি যুঁটিটোৰ বিবাহ॥

বিয়াত দুয়ো গৰাকী তাৰকাৰ পৰিয়াল, বন্ধুবৰ্গ আৰু ঘনিষ্ঠ সকল উপস্থিত থাকে॥ উল্লেখ্য যে শ্বেৰশ্বাহ ছবিৰ পৰাই দুয়োয়ে ডেট কৰা আৰম্ভ কৰিছিল॥