Sidharth Malhotra

সম্পন্ন হ'ল বহু প্ৰত্যাশিত সিদ্ধাৰ্থ মালহোট্ৰা আৰু কিয়াৰা আদৱানিৰ বিয়া॥ ৰাজস্থানৰ জয়ছেলমৰত সম্পন্ন হ'ল জনপ্ৰি যুঁটিটোৰ বিবাহ॥

1

বিয়াত দুয়ো গৰাকী তাৰকাৰ পৰিয়াল, বন্ধুবৰ্গ আৰু ঘনিষ্ঠ সকল উপস্থিত থাকে॥  উল্লেখ্য যে শ্বেৰশ্বাহ ছবিৰ পৰাই দুয়োয়ে ডেট কৰা আৰম্ভ কৰিছিল॥