3rd position

কাটাৰ বিশ্বকাপ ফুটবলত তৃতীয় স্থান দখল ক্ৰ'ৱেছিয়াৰ। মৰক্কোক ২-১ গ'লত পৰাস্ত কৰি বিশ্বকাপ ফুটবল ২০২২ৰ তৃতীয় স্থান দখল ক্ৰ'ৱেচিয়াৰ। ক্ৰ'ৱেচিয়াৰ জয়ত সকলো অনুৰাগী হৈ পৰিছে আনন্দিত।