বিশ্বকাপ ফুটবল ২০২২ৰ ব্ৰঞ্জ দখল ক্ৰ'ৱেচিয়াৰ

Croatia

কাটাৰ বিশ্বকাপ ফুটবলত তৃতীয় স্থান দখল ক্ৰ'ৱেছিয়াৰ। মৰক্কোক ২-১ গ'লত পৰাস্ত কৰি বিশ্বকাপ ফুটবল ২০২২ৰ তৃতীয় স্থান দখল ক্ৰ'ৱেচিয়াৰ। ক্ৰ'ৱেচিয়াৰ জয়ত সকলো অনুৰাগী হৈ পৰিছে আনন্দিত।

Category
Profile picture for user UB Photos