প্ৰত্যেক মাহে ঋতুস্বাৱ হোৱাটো প্ৰতি গৰাকী মহিলাৰে এক সাধাৰণ কথা। মাহেকীয়াৰ সময়ত প্ৰায় প্ৰতি গৰাকী মহিলাই মাহেকীয়াৰ সময়ত পেটৰ তলৰ অংশত তীব্ৰ বিষ অনুভৱ কৰে। মহিলাসকলে এই বিষত কোঙা হৈ থকা দেখিবলৈ পোৱা যায়। কিছুমান ঘৰুৱা উপায়েৰেও এই বিষৰ পৰা সকাহ পাব পাৰি।
গতিকে, জানো আহক -
মাহেকীয়াৰ সময়ত পেটৰ বিষৰ পৰা কিদৰে সকাহ পাব?
১. কিচমিচ আৰু কেশৰেৰে এই বিষৰ পৰা মুক্তি পাব পাৰি। ৰাতি এটা বাটিত ক’লা কিচমিচ আৰু আন এটা বাটিত কেশৰ অলপ তিয়াঁই থব আৰু ৰাতিপুৱা সেইখিনি সেৱন কৰিলে মাহেকীয়া পেটৰ বিষ সকাহ পাব।