কিয় পাকিস্তানৰ ৯ টা ঘাটিক কৰা হ'ল টাৰ্গেত? পাক অধিকৃত কাশ্মীৰৰ ৯ স্থানত মিছাইল আক্ৰমণ

india pakistan war

কিয় পাকিস্তানৰ ৯ টা ঘাটিত কৰা হ'ল টাৰ্গেত

পাক অধিকৃত কাশ্মীৰৰ ৯ স্থানত মিছাইল আক্ৰমণ

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১০০ কিঃমিঃ দূৰত্বৰ বাহৱালপুৰ

বাহৱালপুৰত আছে জইছ-ঈ-মহম্মদৰ হেড কোৱাৰ্টাৰ

মিছাইলেৰে আক্ৰমণ চলোৱা হ’ল মুৰিডকে

সীমান্তৰ পৰা কেৱল মাত্ৰ ৩০ কিঃমিঃ দূৰত্বত মুৰিডকে

মুৰিডকেট আছে লস্কৰ-ঈ-তৈবাৰ বৃহৎ ঘাটি

মুম্বাই আক্ৰমণৰ ঘটনাত জড়িত আছিল মুৰিডকে কেম্প

পাক অধিকৃত কাশ্মীৰৰ গুলপুৰত মিছাইল আক্ৰমণ

ভাৰতৰ পুঞ্চ, ৰাজৌৰি সীমান্তৰ পৰা ৩৫ কিঃমিঃ দূৰত্বত গুলপুৰ

গুলপুৰৰ পৰাও পূৰ্বে সন্ত্ৰাসবাদীয়ে চলাইছিল অভিযান

পাক অধিকৃত কাশ্মীৰৰ চোৱাইত ভাৰতৰ মিছাইল আক্ৰমণ

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৩০ কিঃমিঃ দূৰত্বত অৱস্থিত চোৱাই

পেহেলগাম নৰসংহাৰৰ পৰিকল্পনা ৰচনা হৈছিল চোৱাইৰ সন্ত্ৰাসবাদী শিবিৰত

ৰাজৌৰি সীমান্তৰ পৰা ১৫ কিঃমিঃ দূৰত্বত অৱস্থিত কোটলি

কোটলিত মিছাইলেৰে চাৰ্জিকেল ষ্ট্ৰাইক ভাৰতৰ

ৰাজৌৰি সীমান্তৱৰ্তী বৰনালাত চাৰ্জিকেল ষ্ট্ৰাইক ভাৰতৰ

LoCৰ পৰা মাত্ৰ ১০ কিঃমিঃ দূৰত্বত অৱস্থিত বৰনালা

 

Category