
আজি অসমলৈ The House of Representative, Japanৰ অধ্যক্ষ
অধ্যক্ষ Phukushiro Nukagaৰ সৈতে আহিব ৫৫জনীয়া প্ৰতিনিধি দল
অধ্যক্ষজনৰ লগতে সাংসদ, বিষয়াই পৰিদৰ্শন কৰিব অসম বিধানসভা
কটকটীয়া কৰি তোলা হৈছে বিধানসভা চৌহদৰ নিৰাপত্তা ব্যৱস্থা
সন্ধিয়া ৭ বজাত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিব দলটোক
মু্খ্যমন্ত্ৰীক সাক্ষাতৰ পিছতে বিধানসভাত প্ৰৱেশ কৰিব দলটো
প্ৰতিনিধি দলটোক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ
দলটোক আদৰিবলৈ আয়োজন সাংস্কৃতিক সন্ধিয়া, নৈশ ভোজৰ
Category
- Log in to post comments