Durga Puja 2022


আজি বিজয়া দশমী। ধৰাৰ বুকুৰ পৰা বিদায় ল'ব মা দূৰ্গাই। হাতীৰ পিঠিত উঠি এইবাৰ ধৰালৈ আহিছিল মা দূৰ্গা আৰু নাৱত উঠি বিদায় ল'ব ধৰাৰ পৰা। প্ৰতিমা বিসৰ্জনৰ বাবে মহানগৰ আৰক্ষী প্ৰশাসনে যানবাহন চলাচলত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এইবাৰ মহানগৰীৰ ৬ টাকৈ ঘাটত ব্যৱস্থা কৰা হৈছে প্ৰতিমা বিসৰ্জনৰ। কোন দিশে চলাচল কৰিব বাহনসমূহ,