Sugar

নিজকে বাহ্যিকভাৱে সুন্দৰ কৰি ৰাখিলেহে আমাৰ মন আৰু শৰীৰ সুস্থ আৰু সতেজ হৈ থাকে।

সকলো লোকেই সুন্দৰ হৈ থকা উচিত। দৈনন্দিন জীৱনত প্ৰত্যেকেই এখন সুন্দৰ ছালৰ অধিকাৰী হোৱাটো বিচাৰে। কিন্তু এইক্ষেত্ৰত আমি কেনেকৈ নিজৰ যতন ল’ব লাগে সেইটো ভালদৰে নাজানো৷ সততে কম বেছি পৰিমানে কিছুমান সমস্যাৰো সন্মুখীন হওঁ। বয়সৰ আগতেই বহুতৰ ছাল সোতোৰা পৰা অথবা ছালত দাগ পৰা আদি বিভিন্ন সমস্যাই দেখা দিয়ে। এই সমস্যা সমূহৰ পৰা বাচি থাকিবলৈ কেইটামান ঘৰুৱা আৰু সহজ উপায় আপোনালোকলৈ আগবঢ়ালোঁ।