cm arvind kejriwal

অৰবিন্দ কেজৰিৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত টুইটাৰত চলিছে তৰ্ক প্ৰতিযোগিতা। শিক্ষা ব্যৱস্থাক লৈ দিল্লী আৰু অসম দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত টুইটাৰত চলিছে তৰ্ক-বিতৰ্ক।

 

মেট্ৰিকত শূন্য ফলাফল আৰু বিদ্যালয়ত শিক্ষাৰ্থী নথকা ইত্যাদি অজুহাত দেখুৱাই অসমত বিদ্যালয় বন্ধ কৰিবলৈ লোৱাৰ সিদ্ধান্তক টুইটযোগে বিৰোধিতা কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।