Nokia Phone

আপুনি প্ৰথম ম’বাইলটো যেতিয়া ক্ৰয় কৰিছিল তেতিয়া আপোনাৰ প্ৰথম পচণ্ড কি আছিল?

আজিৰ পৰা দুই দশক পূৰ্বে চৰ্চালৈ অহা ম’বাইল ফোনটো আছিল ন’কিয়া। বহুতৰ মাজত জনপ্ৰিয় হোৱা ন’কিয়া ফোনে নিজৰ জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল।