Yellow Alert

ৰাজ্যত অব্যাহত শীতৰ প্ৰকোপ
ডাঠ কুঁৱলীৰ আস্বাদনে আৱৰিছে আকাশ
বতৰ বিজ্ঞান কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
ৰাজ্যৰ ৯খন জিলাত YELLOW ALERT জাৰি
ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰত YELLOW ALERT
চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত YELLOW ALERT
হাইলাকান্দি আৰু কৰিমগঞ্জতো YELLOW ALERT জাৰি 
ঘন কুঁৱলীৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা