আমৰ অসংখ্য উপকাৰীতাৰ কথা জানিলে আপোনাৰে এই ফলৰ প্ৰতি প্ৰেম বহুগুণে বৃদ্ধি পাব। আমৰ সোৱাদৰ কোনো তুলনা নাই। কিন্তু অকল সোৱাদযুক্তয়ে নহয়, স্বাস্থ্যৰ বাবেও আম বহু উপকাৰী।

আম আমি গৰমৰ দিনত কিয় খাব লাগে তাৰ শীৰ্ষ স্বাস্থ্যসন্মত কাৰণ কেইটামান তলত উল্লেখ কৰিলো…
ই কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক:-