Natural Calamities

এক শোকাৱহ ঘটনাত সোমবাৰে অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমান্তৱৰ্তী উত্তৰ লখিমপুৰৰ ওচৰত নিম্ন সুবানশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ স্থলীত ভূমিস্খলনৰ ফলত এজন শ্ৰমিকৰ মৃত্যু হয় আৰু আৰু দুজন শ্ৰমিক আহত হয়।

জিতু হাতীবৰুৱা বুলি চিনাক্ত কৰা মৃত কৰ্মীজন ধেমাজি জিলাৰ অন্তৰ্গত গোগামুখৰ পাৰ্বতীপুৰৰ বাসিন্দা।