environment day 2022

প্ৰকৃতিয়েই হৈছে আমাৰ ঘৰ। প্ৰকৃতিৰ পৰশত জীপাল আমি সকলো। আমাৰ চৌপাশৰ পৰিৱেশেই আমাৰ সাহস। মানুহৰ জীৱনত সেউজীয়াৰ গুৰুত্ব অধিক। য'ত সেউজীয়া নাই, তাতেই খৰাং।

 

 

আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতিবছৰে আজিৰ দিনটোত পালন কৰা হয় এই দিৱস। মানুহৰ জীৱনত সেউজীয়াৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কে বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস।