কাঁ চলচ্চিত্ৰ মহোৎসৱৰ দায়িত্ব ল’বলৈ সাজু হৈছে দীপিকা পাডুকনে। এইবাৰ ল’ৰিয়েলৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নহয় জুৰীৰ সদস্য হিচাপে।
ৰেড কাৰ্পেট ৰিচেপচনৰ প্ৰথম দিনটোত জুৰীৰ সৈতে অংশগ্ৰহণ কৰে অভিনেত্ৰী দীপিকা পাডুকনে। ডিজাইনাৰ সব্যসাচীয়ে ডিজাইন কৰা ক’লা জিলিকি থকা শাৰীত দেখিবলৈ পোৱা গ’ল দীপিকাক।
