KFC Sealed

পিজ্জা আৰু কে এফ চি' চিকেন খাই ভালপোৱাসকলৰ বাবে একান্তই বেয়া খবৰ।

এতিয়াৰে পৰা আপোনালোকে আৰু সোৱাদ ল'ব নাপাব আপোনালোকৰ প্ৰিয় ৰেষ্টুৰা কেইখনত। আৱেলিপৰত য'ত সু-ষ্বাদু খাদ্য়ৰ লগতে আদ্দাৰ থল হৈ পৰে একাংশৰ বাবে।

আপুনি আৰু সোৱাদ ল'ব নোৱাৰিব ডমিন'জৰ পিজ্জা আৰু কে এফ চি' চিকেনৰ কাৰণ বিশ্বনাথ চাৰিআলি চহৰৰ “ডমিন'জ” আৰু “কে এফ চি”  ছীল কৰিলে পৌৰসভাই ৷ 

উল্লেখ্য় যে, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ আৰু কাৰ্যবাহী বিষয়া দেৱাশিস গোস্বামীৰ নেতৃত্বত চলা অভিযানত ছীল কৰা হয় এই দুখন প্ৰতিষ্ঠান ৷