Machkhowa

আজি পৱিত্ৰ ঈদ-উল-ফিতৰ।

কোভিডসৃষ্ট পৰিৱেশৰ বাবে দু-বছৰ পিছত ইছলামধৰ্মী লোকসকলে মুকলিকৈ পালন কৰিব ঈদ।

Eid Mubarak

আজি সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ ব্যাপক উছাহ দেখা গৈছে। মকলিমুৰীয়াকৈ সকলো ওলাই আহি ঈদৰ নামাজ পঢ়া দেখা গৈছে।

প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। গুৱাহাটী মহানগৰীতো ঈদক লৈ সমান্তৰালভাৱে দেখা গৈছে উখল-মাখল পৰিৱেশ।