Karbi Anglong Visit

মাজত মাথোঁ পাঁচটা দিন বাকী, অহা ২৮ এপ্ৰিলত কাৰ্বি আংলং জিলাৰ লৰিংথেপিত উপস্থিত হ'বহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ইতিমধ্যে যুদ্ধকালীন গতিৰে নিৰ্মাণ কাৰ্য চলি আছে প্ৰধানমন্ত্ৰীৰ সভাস্থলী ।

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু টিম কাৰ্বি আংলঙে দিনে নিশাই সভাসভাস্থলী নিৰ্মাণ কাৰ্য তদাৰক কৰি থকাৰ লগতে শুক্ৰবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই।