UK

সদায় আনন্দ উল্লাসত থকা ছাৰা আলী খানে য’তেই নাযাওক কিয় জীৱনটোক সম্পূৰ্ণৰূপে উপভোগ কৰাক সুযোগ নেহেৰুৱাব।

ছাৰা আলী খানে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শেহতীয়াকৈ লণ্ডনৰ ৰাজপথত ঘুৰি ফুৰা কেইবাখনো ফ'টো স্বেয়াৰ কৰিছে।