দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী

◾দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী

◾প্ৰধানমন্ত্ৰী বৰিছ জনছন উপস্থিত ভাৰতত

◾উপস্থিত হৈয়ে সাৱৰমতী আশ্ৰম ভ্ৰমণ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

◾জাতিৰ পিতা মহাত্মাগান্ধীৰ ছবিত মাল্যাৰ্পণ জনছনৰ

◾গান্ধীৰ আদৰ্শৰ যঁতৰ চলালে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে

◾‘ভিজিটৰছ বুক’ত গুৰুত্বপূৰ্ণ মন্তব্য ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ

◾‘অসাধাৰণ ব্যক্তিৰ আশ্ৰমলৈ অহাটো ডাঙৰ সৌভাগ্য’

◾‘সত্য আৰু অহিংসাৰ সৰল সিদ্ধান্তৰে বিশ্বক উৎসাহ যোগাইছিল তেওঁ’

◾মহাত্মাগান্ধীৰ আশ্ৰমত উপস্থিত হৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে লিখিলে নিজৰ অনুভৱ

◾প্ৰথমবাৰৰ বাবে গুজৰাটত উপস্থিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী

◾যুটীয়া বাণিজ্যিক সম্পৰ্কলৈ কৰিব গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ ঘোষণা

◾আহমেদাবাদৰ পৰা আৰম্ভ হোৱা এই দুদিনীয়া যাত্ৰাত আছে বিভিন্ন কাৰ্যসূচী

◾২২ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীৰে সৈতে মিলিত হ’ব বৰিছ জনছন

Category
Profile picture for user UB Photos